⛽চাকৰি জীৱনৰ শেষৰটো দিন⛽
⛽চাকৰি জীৱনৰ শেষৰটো দিন⛽
.
❇চাকৰি জীৱনৰ শেষৰটো দিনত ডিফুৰ জামা মছজিদৰ ফজৰ ছালাত শেষ কৰি ওলাই আহোতে কাষতে থকা (intentionally) ইমাম চাহাবক সুধিলোঃ
.
-হিমাৰি( الْحِمَارِ) মানে কি?
♻ইমাম চাহাব কিছু নাৰ্ভাচ হৈ কলেঃ
-জানু, কৰবাত পাইছিলো, চিনাকি চিনাকি লাগিছে।
.
✈আমাৰ উদ্দেশ্য কাকো পাকত পেলাবলৈ নহয়। গতিকে ক'লোঃ
.
✈কেলেই, আপুনি এইমাত্ৰ ছালাতৰ প্ৰথম ৰাকাতত পঢ়ি আহিল দেখোন।
.
♻অ' বুলিকৈ ইমাম চাহাবে mild smile এটা মাৰিলে।
.
✈ঠিক আছে। কিন্তু হিমাৰি মানে কি?
.
উত্তৰলৈ বাট নেচাই ক'লোঃ
✈হিমাৰি মানে গাধ। ইয়াৰ back ground ত story এটা আছে...........।
.
কিন্তু মোৰ story শুনিবলৈ ইমাম চাহাব ৰৈ নেথাকিল। কোবাকুবিকৈ আতৰি গ'ল।😁
.
⏰আতৰি যোৱাৰ কাৰণো নথকা নহয়।
.
✋কাৰণ দুহাৰিবলৈ মই আজি অতি লজ্জিত।
কেইমাহমান আগতে ময়েই তেওঁক অকলশৰীয়াকৈ পাই charge কৰিছিলোঃ কিয় আপুনি ৰুকুৰ পৰা চিজদাহলৈ যাওঁতে আগতে আঠু মাটিত দিব লাগে বুলি জুম্মাত ৱাজ কৰিছিল।
.
✌যোৱা 1st.week of May'2017 ৰ পৰা মই নিজেই আগতে আঠু মাটিত দিয়া আৰম্ভ কৰিছো।
.
♿সেই কাল সন্ধিয়াৰ(কমেও দুবছৰ ) কথাবোৰ মনত পৰিলে চৰম লজ্জিত ও চয়তানি গৌৰৱেৰে গৌৰাম্বিত(দাড়ি তামাম দীঘল কৰা, পেণ্ট ছুটি কৰা, পাগলৰ দৰে আমিনকৈ চিঞৰা) হোৱাৰ কাৰণে মনটো দুখেৰে ভৰি পৰে।
.
❤❤আলহামদুলিলল্লাহ। আজি চাকৰি জীৱনৰ শেষৰটো দিনত উপলব্ধি কৰিছো সঠিক দিশৰ সঠিক পথত আগুৱাইছো। ছালাত কেৱল দোৱাৰ বাবে। জ্ঞানৰ বাবে তাকেই বিচাৰিছো মহান আল্লাহ ৰাব্বুল আ'লামিনৰ ওচৰত।আমিন।।
.
☞আলিআ-৩০.০৬.২০১৭☜ডিফু☜
.
.
আল জুমু'ৱাহঃ 62:5
٥:٦٢
مَثَلُ الَّذِينَ حُمِّلُوا التَّوْرَاةَ ثُمَّ لَمْ يَحْمِلُوهَا كَمَثَلِ الْحِمَارِ يَحْمِلُ أَسْفَارًا ۚ بِئْسَ مَثَلُ الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِ اللَّهِ ۚ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
৬২:৫
যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাপৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত যিহঁতে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
Comments
Post a Comment