🔰āĻ…āϜুā§° criteria āĻŽাāύে fard āϚাā§°িāϟা, āϤাāϤāĻ•ৈ āĻ•āĻŽ āĻŦা āĻŦেāĻ›ি āĻš'āĻŦ āύোā§ąাā§°িāĻŦ

🔰অজুৰ criteria মানে fard চাৰিটা, তাতকৈ কম বা বেছি হ'ব নোৱাৰিব।
এই কেইটা হৈছেঃ
.
1- মুখমণ্ডল ধোৱা
2- কিলাকূটি লৈকে হাত ধোৱা
3- মূৰ মছেহ কৰা আৰু
4- সৰু গাঠি লৈকে ভৰি মছেহ কৰা।

Click🔜🅾🏇💐🕋🕌
.
😈হাঃ কি ক'লে-
হাত ধোৱা, কুলকুলি কৰা, গৰগৰি কৰা, নাকত পানী মৰা, কাণ চাফা কৰা আৰু পিছ দিঙি মছেহ কৰা কাম বোৰ নকৰিম নেকি?
.
🤗হয়, এইবোৰো চাফ হোৱাটো দৰকাৰ।
.
😁আচ্ছা,
আপুনি নাপাকি হৈ থাকিলে , তেনেকৈয়ে অজু কৰি ছালাত পঢ়িব নেকি?
.
👹🗣আপুনি কি ফালতু মানুহহে!!
কিয় নাপাকিলৈ অজু কৰিবলৈ যাম।
নাপাকি গুছাই গোচল কৰি গোচলৰ লগতেই বা পিছত অজু কৰিম।
.
👮সেইয়া!
নিজে প্ৰশ্ন কৰি নিজেই উত্তৰ দি দিলে।
.
👷অজুৰো criteria maintain ৰ বাবে নাক কাণ আদি কি কত ধুব লাগে  আগতেই ধুই লওক আকৌ।
.
👱ও, কথাটো ঠিকেই।
এনেই আপোনাক ফালতু বুলি ক'লো।
বেয়া নেপাব।।
.
.

👁(এনেই আৰু ভাবি আছোঃ আলিআ)✒

Comments

Popular Posts